Sanjida khatun biography of michael
Sanjida khatun biography of michael
Sanjida khatun biography of michael lewis!
সনজীদা খাতুন
| সনজীদা খাতুন | |
|---|---|
| জন্ম | ৪ এপ্ৰিল, ১৯৩৩ (৯১ বছৰ) ব্ৰিটিছ ভাৰত |
| ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
| শিক্ষা | এম.এ, পিএইছডি |
| শিক্ষানুষ্ঠান | ঢাকা বিশ্ববিদ্যালয় বিশ্ব ভাৰতী বিশ্ববিদ্যালয় |
| পেচা | ৰবীন্দ্ৰ সংগীত শিল্পী, লেখক, গৱেষক, সংগঠক, সংগীতজ্ঞ, শিক্ষকতা |
| জনা যায় | ছায়ানটৰ অধ্যক্ষ |
| দাম্পত্যসঙ্গী | ৱাহিদুল হক |
| পিতৃ-মাতৃ | কাজী মোতাহাৰ হুছেইন |
| আত্মীয়-স্বজন |
|
| বঁটা, সন্মান, পুৰস্কাৰ আদি | একুশে পদক, ১৯৯১ বাংলা একাডেমী সাহিত্য পুৰস্কাৰ, ১৯৯৮ পদ্মশ্ৰী, ২০২১ |
সনজীদা খাতুন (ইংৰাজী: Sanjida Khatun, জন্ম: ৪ এপ্ৰিল ১৯৩৩)[1] এগৰাকী ৰবীন্দ্ৰ সংগীত শিল্পী, লেখক, গৱেষক, সংগঠক, সংগীতজ্ঞ, শিক্ষক তথা বাংলাদেশৰ সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম ব্যক্তিত্ব। তেওঁ বাংলাদেশৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক প্ৰতিষ্ঠান 'ছায়ানট'ৰ প্ৰতিষ্ঠাপক সদস্য আৰু বৰ্তমান অধ্যক্ষ।[2] তেওঁ ৰাষ্ট্ৰীয় ৰবীন্দ্ৰ সংগীত সম্মিলন সমিতিৰ এজন প্ৰতিষ্ঠাপক সদস্য। ইয়াৰ লগতে তেওঁ শিশু শিক্ষা প্ৰতিষ্ঠান নালন্দাৰ সভা